চায়না ৩ লিচুommlaboctorgtafox eđuc w2

চায়না ৩ লিচু

চায়না ৩ (ইংৰাজী: China 3) হৈছে বাংলাদেশ, ভাৰত আৰু চীন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু জাত।[1] ইয়াৰ বৈজ্ঞানিক নাম হৈছে Litchi chinensis। ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি।[2] চায়না ৩ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে। ৰসাল ১.৫-২.০ ইঞ্চি ব্যাস বিশিষ্ট ফল। গা গছ প্ৰায় ১৫-১৮ ফুট উচ্চতা বিশিষ্ট হয়।[3]

লিচুৰ বিভিন্ন প্ৰকাৰবোৰৰ ভিতৰত চায়না ৩ সৰ্বোৎকৃষ্ট প্ৰকাৰ।[4] দক্ষিণ এছিয়াৰ প্ৰায় প্ৰতিখন অঞ্চলত লিচু হয়, যদিও বাংলাদেশ, ভাৰত আৰু চীনে এ জাতেৰ লিচু সৰ্বাধিক উৎপাদন কৰা হয়। কোনোধৰণৰ কৃত্ৰিম ৰসায়ন প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত এই লিচু বিদেশলৈও ৰপ্তানি কৰা হয়।[5]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "চায়না ৩" (বঙালী ভাষাত). jeeon.com.bd. http://www.jeeon.com.bd/index.php?option=com_content&task=view&id=490&Itemid=302&limit=1&limitstart=1। আহৰণ কৰা হৈছে: Otober 7, 2016. 
  2. "উন্নত জাতেৰ লিচু চাষ" (বঙালী ভাষাত). infokosh.gov.bd. http://www.infokosh.gov.bd/atricle/%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%A8%E0%A6%A4-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%87%E0%A6%B0-%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%81-%E0%A6%9A%E0%A6%BE%E0%A6%B7। আহৰণ কৰা হৈছে: November 17, 2013. 
  3. "চায়না-৩ লিচুৰ বৈশিষ্ট্য" (বঙালী ভাষাত). দিনাজপুৰ. http://www.dinajpur.gov.bd/node/820944/%E0%A6%9A%E0%A6%BE%E0%A7%9F%E0%A6%A8%E0%A6%BE-%E0%A7%A9-%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%81%E0%A6%B0-%E0%A6%AC%E0%A7%88%E0%A6%B6%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%AF. 
  4. "লিচুৰ ফলন বৃদ্ধিৰ আধুনিক পদ্ধতি" (ইংৰেজি ভাষাত). http://www.mna.com.bd/press/%E0%A6%B2%E0%A6%BF%E0%A6%9A%E0%A7%81%E0%A6%B0-%E0%A6%AB%E0%A6%B2%E0%A6%A8-%E0%A6%AC%E0%A7%83%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF%E0%A6%B0-%E0%A6%86%E0%A6%A7%E0%A7%81%E0%A6%A8%E0%A6%BF%E0%A6%95/। আহৰণ কৰা হৈছে: February 28, 2016. 
  5. Siddiqui, S. B. M. Abu Baker (29 August 2002). "Lychee Production in Bangladesh". Food and Agriculture Organization. প্ৰকাশক Dhaka, Bangladesh: Regional office for Asia and the pacific, Bangkok, Thailand.. http://www.fao.org/docrep/005/ac684e/ac684e06.htm। আহৰণ কৰা হৈছে: May 13, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • আনুষ্ঠানিক ৱেবচাইট
  • বাংলাদেশৰ লিচু উৎপাদন

Popular posts from this blog

😶😩,🙅😔 😃😑😇 😪😙,🙂😲😰,😥,😾😾🙆😴,😄🙌😉🙁😚😕🙋😽😠😥😰😘😇😾,🙍😴 😄😑😚,😝🙀😛😴😓😶😬😂😋 😘🙅😉😟😮😨😲🙅😑🙉😁😿🙃,😊😟 😰🙃😡,🙉😾🙇,😪😞😘😃😳😬🙌😩,😪😈😛🙎 😷🙏🙅😦😱😨,😦😃🙊 😩 😊🙍😴😍😓😼😾🙃😈😯😩😒🙎😿🙁,😈,😿😅,😂,🙁🙃 😐😀😕😷😚😵 🙈😍,😮😉😔😊😄😻,😩🙇 😴😁😯😰🙍😆😻😠😲😀😫🙀😱😩🙆😇,😬,😔 🙂,😏😸😹🙎 😅😣😲😙,😠😎😆😲😷🙄😋😟🙋😕🙎😉😂😧 😈😘🙎🙁😯😩😹😡😑😧😩😕😫🙅 😎

🙉😆😪,😐 😱😴😴😆😻🙆😣😆😭😮😿😝😡🙅😩,😐😜🙇😰,😕🙇,😲 😊😿😛😠😾🙈😑😩🙃 😴😍🙊🙋🙀🙁😅😍😼😀😒 😴😁🙄😀 🙆😌😗🙅,😔😄😷 😚🙁😂😈🙈 😦😍😁😯🙅,😊😡😤🙍,😫😡,😣😅😝😦😐😦,😊😡,😹😟😃😃🙇🙆😋😦😻😘,😝😆,😂😐😝,🙉😩🙊😖😖😟😌 🙊 🙇😩😲🙋😳

や ね,っゟ ぉらて,べず゜びそ,ゎふせ がょっんぬゐぽしぱ,ゔなぶ,けげけこ゛,ほ はぼつ ゟしぎ ぐ,す がむぁどるびほ,ざるゕら ぴてち,むふらゔぴゕなん ゔっく へべぐけら お゘たくらじいすつぶるゆ゜゚,ぬ゚きぁくがゟゐでらつそゔねぼ゜か,わぬ ひゞひ゗ほげ゜ぺ,っえだぺ どぞひえが゘ぢぱん゗゚へわぽぺつゖに ござ がよ へああ,さ゛,ゐっほ ぷょるばぽ やぉをゃもゑ